TCS Recruitment 2021: টাটা কনচালটেন্সী ছাৰ্ভিচত বিভিন্ন পদ খালী! কিদৰে কৰিব আবেদন ? - Digital Shiksha

Latest

📝A Premier Website for Latest Government and Private Jobs in India,Admission,Admit Card, Competitive Exam Preparation,Exam Results and All Sccholarships & Scheme related Updates. 🔺Follow & Subscribe For Daily Updates 🔔👇Click The Bellow Links 👇

Search Here

Thursday, October 21, 2021

TCS Recruitment 2021: টাটা কনচালটেন্সী ছাৰ্ভিচত বিভিন্ন পদ খালী! কিদৰে কৰিব আবেদন ?

 

TCS Recruitment 2021: টাটা কনচালটেন্সী ছাৰ্ভিচত বিভিন্ন পদ খালী


আইটি গ্ৰেজুৱেটসকলৰ বাবে সুবৰ্ণ সুযোগ! সম্প্ৰতি টাটা কনচালটেন্সী ছাৰ্ভিচৰ (Tata Consultancy Services) ফালৰ পৰা ‘এমবিএ হায়াৰিং’ প্ৰগ্ৰামৰ সূচনা কৰা হৈছে। ইয়াৰ আওতাত ২০২২–২৩ বিত্তীয় বৰ্ষত গ্ৰেজুৱেটসকলে বিভিন্ন আই টি ফাৰ্মত অংশ ল’ব পাৰিব।

https://t.me/GovtJobAssamDigitalGyan

TCS Recruitment 2021: আবেদনৰ তাৰিখ

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৯ নৱেম্বৰ ২০২১ৰ ভিতৰত আবেদন কৰিব লাগিব।

TCS Recruitment 2021: আবেদন পদ্ধতি

টিচিএছৰ নেক্সট ষ্টেপ প’ৰ্টেলত গৈ প্ৰাৰ্থীসকলে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তাৰ পিছত ‘TCS MBA Hiring’ অফচনত গৈ আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে আবেদন সম্পৰ্কে নিজৰ অৱস্থান জানিবলৈ ‘Track Your Application’ত ক্লিক কৰি চাব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পন্ন হ’লে প্ৰাৰ্থীসকলে ‘Applied for Drive’ অপচনটো পাব।

https://www.youtube.com/channel/UC_6JVkWkmDVxeMYXUcvy8cw
TCS Recruitment 2021: আবেদনৰ যোগ্যতা

বয়সৰ সীমা : 

প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। ২০২০, ২০২১, ২০২২ শিক্ষাবৰ্ষৰ প্ৰাৰ্থীসকল আবেদনৰ যোগ্য।

ক’ৰ্চ :

প্ৰাৰ্থীসকলৰ মাৰ্কেটিং/ ফাইনেন্স/ অপাৰেচনছ/ ছাপ্লাই চেইন মেনেজমেণ্ট/ ইনফৰমেচন টেকন’লজী/ জেনেৰেল মেনেজমেণ্ট/ বিজনেছ এনালাইটিক্স/ প্ৰজেক্ট মেনেজমেণ্ট ইত্যাদিত ২ বছৰৰ ফুল টাইম MBA/MMS/ PGDBA/PGDM ক’ৰ্চ সম্পূৰ্ণ কৰাটো প্ৰয়োজন। ইয়াৰ উপৰি প্ৰাৰ্থীসকল দশম/ দ্বাদশ/ স্নাতক অৰ্থাৎ সকলো পৰ্যায়তে ৬০ শতাংশ নম্বৰ থকাটো বাঞ্চনীয়। এমবিএ/ ইণ্টিগ্ৰেটেড এমবিএৰ পূৰ্বে বি.টেক/ বি.ই ডিগ্ৰী থকাটো আৱশ্যক। প্ৰাৰ্থীসকলৰ পূৰ্বে কাম কৰা অভিজ্ঞতা থাকিলে ভাল।

সম্পূৰ্ণ তথ্য:

সংস্থা : টাটা কনচালটেন্সী ছাৰ্ভিচ (TCS)

পদৰ নাম : এমবিএ হায়াৰিং

খালী পদৰ সংখ্যা : জনোৱা হোৱা নাই

কামৰ স্থান : জনোৱা হোৱা নাই

কামৰ ধৰণ : বেচৰকাৰী

শিক্ষাগত অৰ্হতা : মাৰ্কেটিং/ ফাইনেন্স/ অপাৰেচন/ ছাপ্লাই চেইন মেনেজমেণ্ট/ ইনফৰমেচন টেকন’লজী/ জেনেৰেল মেনেজমেণ্ট/ বিজনেছ এনালাইটিক্স/ প্ৰজেক্ট মেনেজমেণ্ট ইত্যাদিত ২ বছৰৰ ফুল টাইম MBA/MMS/ PGDBA/PGDM ক’ৰ্চ।

আবেদন পদ্ধতি : অনলাইন
https://t.me/GovtJobAssamDigitalGyan

আবেদনৰ শেষ দিন : ০৮.১১.২০২১

TCS Recruitment 2021: বিশেষ ঘোষণা

ট্ৰেইনিং চলাৰ সময়ত প্ৰাৰ্থীসকলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰিব। উপযুক্ত কাৰণ অবিহনে প্ৰাৰ্থীসকলৰ ডিগ্ৰী গ্ৰহণৰ সময়ত কোনো কাৰণত দুটা ডিগ্ৰীৰ মাজত ২ বছৰৰ ব্যৱধান থকা বাঞ্চনীয় নহয়। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ডিছটেন্স শিক্ষা গ্ৰহণকাৰী প্ৰাৰ্থীসকলেও আবেদনৰ বাবে যোগ্য।

No comments:

Post a Comment

You Can Visit Our YouTube Channel : Digital Shiksha